বছৰি ৩.৮ চেঃমিঃকৈ বাঢ়িছে পৃথিৱী–চন্দ্রৰ দূৰত্ব
🔹 মার্কিন মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ প্রতিবেদনৰ তথ্য
বিশেষ বাৰ্তা, ১৮ অক্টোবৰ : পৃথিৱীৰ ওচৰৰ পৰা ক্রমান্বয়ে আঁতৰি গৈছে চন্দ্র৷ পৃথিৱী আৰু মহাকাশৰ বিভিন্ন বিষয় পর্যবেক্ষণ তথা পৰীক্ষা–নিৰীক্ষা কৰি চন্দ্র এনেদৰে আঁতৰি গৈ থকা বিষয়টো ধৰা পেলাইছে৷ বিজ্ঞানীসকলৰ হিচাপ অনুসৰি বছৰি পৃথিৱীৰ সৈতে চন্দ্রৰ দূৰত্ব বৃদ্ধি পাইছে ৩.৮ চেণ্টিমিটাৰ৷ মার্কিন মহাকাশ…
Read More...