দর্শকৰ সংখ্যাই অভিলেখ গঢ়িলে ডিজনী হটষ্টাৰত
বিশেষ বাৰ্তা, ১৫ অক্টোবৰ : কালি ভাৰত–পাকৰ বিশ্বকাপৰ মেচ উপভোগ কৰিলে ক্রিকেট বিশ্বই৷ দর্শকৰ সংখ্যাৰে অভিলেখ গঢ়িলে ডিজনী প্লাছ হটষ্টাৰে৷ কালি ৰোহিত শর্মাই বেটিং কৰি থকা সময়ত দর্শকৰ সংখ্যাই সকলো অভিলেখ ভংগ কৰিলে ডিজনী প্লাছ হটষ্টাৰত৷ একেলগে প্রায় ৩.৫০ কোটি অনুৰাগীয়ে মেচ উপভোগ কৰিলে৷ ইয়াৰ পূর্বে অন্য কোনো ক্রিকেট ইভেণ্টত ইমান দর্শক হোৱা নাছিল৷ এছিয়া…
Read More...