২৩ আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ
বিশেষ বাৰ্তা, ১৪ অক্টোবৰঃ ভাৰত চৰকাৰে ২৩ আগষ্টক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰিছে। আজি এই সন্দৰ্ভত চৰকাৰে এক অধিসূচনা জাৰি কৰিছে। অধিসূচনা অনুসৰি চলিত বৰ্ষৰ ২৩ আগষ্টত বিক্ৰম লেণ্ডাৰ অৱতৰণ আৰু প্ৰজ্ঞান ৰভাৰ নিয়োগ কৰি অভিযানৰ সফলতাৰ স্মৃতিত প্ৰতিবছৰে ২৩ আগষ্টত সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় মহাকাশ দিৱস পালন কৰা হ’ব। অধিসূচনাত…
Read More...