আতচবাজীৰ দোকানত অগ্নিকাণ্ড, ১৪জনৰ প্ৰাণহানি
বিশেষ বাৰ্তা, ৮ অক্টোবৰ : কর্ণাটকৰ এখন আতচবাজীৰ দোকানত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত কমপক্ষেও ১৪গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য কেইবাজনো গুৰুতৰভাৱে আহত হৈছে৷ এই শোকাৱহ ঘটনাক লৈ গভীৰ শোক প্রকাশ কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী ছিদ্দাৰামায়াই৷ দোকানখনত ৩৫গৰাকী লোক কর্মৰত অৱস্থাত থকা সময়তে এই অগ্নিকাণ্ডৰ সূত্রপাত ঘটে৷ কর্ণাটকৰ আৰক্ষীপ্রধান অলক মোহনে সংবাদ মাধ্যমক…
Read More...