আফগানিস্তানত ভূমিকম্পত দুৰ্গতলৈ ৰছিদ খানৰ আৰ্থিক অনুদান
বিশেষ বাৰ্তা, ৯ অক্টোবৰঃ : আফগানিস্তানৰ তাৰকা স্পিনাৰ ৰছিদ খানে নিজৰ সমগ্ৰ বিশ্বকাপৰ মাচুল ভূমিকম্পত দুৰ্গতক দান কৰাৰ সিদ্ধান্ত লৈছে। ৭ অক্টোবৰত আফগানিস্তানৰ পশ্চিম প্ৰদেশত ভূমিকম্পই ব্যাপক বিধ্বংসী ৰূপ ধাৰণ কৰে। ভূমিকম্পত শ শ লোকে প্ৰাণ হেৰুৱাইছে। বহু লোক গুৰুতৰভাৱে আহত হৈছে। ভূমিকম্পৰ ফলত পশ্চিম হেৰাট, ফাৰাহ আৰু বদঘিছ আদি অঞ্চলৰ বিস্তৰ ক্ষতি…
Read More...