১৭ লাখ আফগান লোকক পাকিস্তান ত্যাগৰ নির্দেশ
🔹 শৰণার্থীৰ বিৰুদ্ধে কঠোৰ ইছলামাবাদ
বিশেষ বাৰ্তা, ৫ অক্টোবৰ : আফগান শৰণার্থীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে পাকিস্তানে৷ পাকিস্তান চৰকাৰে অনথিভুক্ত ১৭ লাখ আফগান আশ্রয়প্রার্থীক নৱেম্বৰৰ ভিতৰত দেশ এৰাৰ নির্দেশ দিছে৷ অর্থাৎ এই লোকসকলে আগন্তুক নৱেম্বৰৰ ভিতৰত পাকিস্তান ত্যাগ কৰিব লাগিব৷ উল্লেখনীয় যে দুয়োখন দেশৰ সীমান্তত সন্ত্রাসবাদীৰ আক্রমণ বৃদ্ধি…
Read More...