ভিন্ন গ্রহৰ প্রাণীৰ দেহ–যান গোপনে ৰাখিছে মার্কিন প্রশাসনে
🔹 প্রাক্তন চোৰাংচোৱা বিষয়াৰ দাবীক লৈ বিশ্বজুৰি চাঞ্চল্য
বিশেষ বাৰ্তা, ২৮ জুলাই : বিশ্বব্রহ্মাণ্ডত পৃথিৱীৰ বাহিৰে অন্য গ্রহতো আছে প্রাণীৰ অস্তিত্ব৷ পৃথিৱীৰ অন্য গ্রহত জীৱৰ অস্তিত্ব থকা প্রমাণ আছে পৃথিৱীতে৷ আমেৰিকাত লুকাই ৰখা হৈছে ভিন্ন গ্রহৰ প্রাণীৰ যান৷ আনকি এলিয়েনৰ দেহো আমেৰিকাত গোপনে ৰাখি থোৱা হৈছে৷ এই খবৰ কেৱল সাধাৰণ জনতাৰ পৰাই গোপনে ৰখা হোৱা…
Read More...