অষ্ট্ৰেলিয়াৰ ভাৰত ভ্ৰমণ : বৰ্ষাপাৰাত তৃতীয় টি-২০
বিশেষ বাৰ্তা, ২৫ জুলাইঃ গুৱাহাটীত পুনৰ ক্ৰিকেট উন্মাদনা। বর্ষাপাৰা ষ্টেডিয়ামত পুনৰ অনুষ্ঠিত হ’ব আন্তর্জাতিক মেচ৷ ভাৰতৰ প্রতিপক্ষ হ’ব শক্তিশালী অষ্ট্রেলিয়া৷ অহা ছেপ্টেম্বৰ আৰু নৱেম্বৰত ভাৰত ভ্রমণলৈ আহিবলগীয়া অষ্ট্রেলিয়াই ২৮ নৱেম্বৰত গুৱাহাটীত এখন টি–২০ মেচত অৱতীর্ণ হ’ব৷ এই ভ্রমণত অষ্ট্রেলিয়াই ৫খন টি–২০ মেচত অংশগ্রহণ কৰিব৷ ইয়াৰে তৃতীয়খন মেচ অনুষ্ঠিত…
Read More...