খৰখেদাকৈ খালী কৰিলে বন্দে ভাৰত এক্সপ্ৰেছ
বিশেষ বাৰ্তা, ১৭ জুলাই : বন্দে ভাৰত এক্সপ্ৰেছৰ এটা দবাত অগ্নিকাণ্ড সংঘটিত হয়। সোমবাৰে পুৱা ভূপালৰ পৰা দিল্লী অভিমুখে গৈ আছিল ৰে'লখন। হঠাৎ ৰে'লখনৰ এটা দবাত জুই লাগে। মধ্যপ্ৰদেশৰ কুৰৱাই কেথোৰা অঞ্চলত সংঘটিত হয় এই ঘটনা। অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়। যাত্ৰীসকলক খৰখেদাকৈ ৰে'লখনৰ পৰা বাহিৰ কৰা হয় ।…
Read More...