ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অৱসানত মোদীৰ সহায়ৰ প্ৰয়োজন
বিশেষ বাৰ্তা, ১১ জুলাই : ভাৰতে যদিহে ইউক্ৰেইনত শান্তি ঘূৰাই অনাৰ উদ্যোগ লয়, তেন্তে আমেৰিকাই সেই পদক্ষেপক আদৰণি জনাব। সোমবাৰে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এইদৰে উল্লেখ কৰি কয় যে ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰি কৌশলগত ভুল কৰিলে। কিন্তু যদি আন্তঃৰাষ্ট্ৰীয় সমাজে ইউক্ৰেইনত শান্তি ঘূৰাই অনাত সহায়…
Read More...