এদিনীয়া বিশ্বকাপৰ পূর্বে বেকফুটত পাকিস্তান
বিশেষ বাৰ্তা, ২৩ জুনঃ ভাৰতত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূর্বে বেকফুটত পাকিস্তান৷ বিশ্বকাপৰ খচৰাসূচী অনুসৰি তিনিখন ষ্টেডিয়ামত খেলিবলৈ আপত্তি কৰিছিল বাবৰ আজমৰ দলে৷ সেই ষ্টেডিয়ামকেইখন সলনি কৰাৰ আবেদন কৰিছিল তেওঁলোকে৷ কিন্তু তেওঁলোকৰ আবেদন নাকচ কৰিলে ভাৰতীয় ক্রিকেট ব’র্ডে৷ একেই সিদ্ধান্ত ল’লে আইচিচিয়েও৷ এটি ক্রিকেট ৱেবছাইটত প্রকাশিত প্রতিবেদন অনুসৰি…
Read More...