ধুতী খুলি হোৱা আলৈ-আথানিৰ পৰা বায়’টয়লেট : ভাৰতীয় ৰেলৰ উত্তৰণৰ ইতিহাস
বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ এই মাহত ভাৰতত ১৭১ বছৰীয়া ৰেল সেৱা সম্পূৰ্ণ হৈছে। ১৮৫৩ চনৰ ১৬ এপ্ৰিলত প্ৰথম ভাৰতীয় ৰেল চলিছিল। এই ১৭০ বছৰত ৰেলৰ ইঞ্জিনৰ পৰা দবালৈকে বহু পৰিৱৰ্তন ঘটিল আৰু ৰেল সম্পূৰ্ণ সলনি হ’ল। আজি পৰিস্থিতি হৈছে যে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেল নেটৱৰ্ক কেৱল ভাৰতীয় ৰেলৱেৰ। ভাৰতত ৰে’লৰ ইমানেই গুৰুত্ব আছে যে এই ৰে’লবোৰ যদি এদিনৰ বাবে ৰৈ যায়…
Read More...