গ্রেপ্তাৰ হ’ব পাৰে প্রাক্তন মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প
নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চ: আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প গ্রেপ্তাৰ হ’ব পাৰে৷ ছ’চিয়েল মিডিয়াৰ পোষ্টত ড’নাল্ড ট্রাম্পে নিজেই প্রকাশ কৰা মতে অহা মঙলবাৰে তেওঁক গ্রেপ্তাৰ কৰিব পাৰে৷ নিউয়র্কৰ অধিবক্তা এগৰাকীয়ে চলাই থকা মহিলা এগৰাকীক যৌন সম্পর্কৰ বাবে প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বৃহৎ পৰিমাণৰ ধন আদায় দিয়াৰ গোচৰ এটাত…
Read More...