জম্মু–কাশ্মীৰত হিন্দুক হত্যা : পুঞ্চ-ৰাজৌৰিলৈ অতিৰিক্ত চিআৰপিএফ জোৱান কেন্দ্রৰ
বিশেষ বাৰ্তা, ৫ জানুৱাৰীঃ ইংৰাজী নৱবর্ষৰ প্রথম সন্ধিয়াই জম্মু–কাশ্মীৰৰ ৰাজৌৰিত হিন্দুৰ বাসগৃহত প্রৱেশ কৰি সন্ত্রাসবাদীয়ে হত্যালীলা চলোৱাৰ সমান্তৰালকৈ কেন্দ্রীয়শাসিত অঞ্চলটোত সন্ত্রাসবাদী কার্যকলাপ সংঘটিত হৈছে৷ অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ থকাৰ লগতে সংখ্যালঘু সম্প্রদায়ৰ লোকসকল জীৱনৰ শংকাত ভুগি থকাক লৈ উদ্বিগ্ন কেন্দ্রীয় চৰকাৰে আইন–শৃংখলাজনিত…
Read More...