বাইডেনৰ ঘোষণাঃ ইউক্রেইনত যুদ্ধত অংশগ্রহণ নকৰে মার্কিন সেনাই
নিয়মীয়া বাৰ্তা, ২৬ ফেব্ৰুৱাৰীঃ ৰাছিয়াৰ সৈতে পৰোক্ষভাৱে যুদ্ধৰ বাবে উচটনি দিয়া আমেৰিকা যুক্তৰাষ্ট্রই অৱশেষত ওলোটাখৰ মাৰিলে৷ ইউক্রেইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্রই ইউক্রেইনক সেনাৰে সহযোগ কৰাৰ বিপৰীতে কেৱল অর্থনৈতিক নিষেধাজ্ঞাতে সীমাবদ্ধ ৰাখিলে৷ ইউৰোপৰ পূব প্রান্তৰ দেশ ইউক্রেইনত আমেৰিকা যুক্তৰাষ্ট্র…
Read More...