তিনিদিনীয়া ভ্রমণসূচীৰে ঢাকাত কোৱিন্দ
নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ বাংলাদেশৰ স্বাধীনতাৰ স্বর্ণ জয়ন্তী অনুষ্ঠানত যোগ দিবলৈ পত্নী আৰু কন্যাৰ সৈতে দেশখনৰ ৰাজধানী ঢাকাত উপস্থিত হৈছে ভাৰতৰ ৰাষ্ট্রপতি ৰামনাথ কোৱিন্দ৷ তিনিদিনীয়া বাংলাদেশ ভ্রমণসূচীৰে ঢাকাত উপস্থিত হোৱা ভাৰতৰ ৰাষ্ট্রপতি কোৱিন্দে বিভিন্ন কার্যসূচীত অংশগ্রহণ কৰিব৷ ইণ্ডিয়ান এয়াৰলাইনছৰ এখন বিশেষ বিমানেৰে বুধবাৰে দিনৰ ১১.১০ বজাত…
Read More...