উপগ্রহৰ দ্বাৰা আফ্রিকাৰ অৰণ্যত চলিব হাতীৰ গণনা
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ প্রথমবাৰলৈ উপগ্রহ ছবিৰে আফ্রিকাৰ অৰণ্যৰ হাতীৰ গণনা কৰাৰ সিদ্ধান্ত লৈছে বিজ্ঞানীসকলে৷ পৃথিৱীৰ পৰা ৬০০ কিলোমিটাৰ উচ্চতাত থকা উপগ্রহৰ জৰিয়তে আফ্রিকাৰ অৰণ্যৰ আলোকচিত্র গ্রহণ কৰিব বিজ্ঞানীসকলে৷ আকাশ যেতিয়া মুক্ত হৈ থাকিব, তেতিয়াই ৫০০০ বর্গকিলোমিটাৰ দূৰত্ব পর্যন্ত হাতীৰ বিচৰণভূমিৰ ওপৰত উপগ্রহৰ জৰিয়তে নিৰীক্ষণ চলোৱা হ’ব৷
বাথ…
Read More...