ব্ৰাজিলত বিমান দুৰ্ঘটনাগ্ৰস্তঃ ৪ জন ব্ৰাজিল ফুটবলাৰৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ ক'ৰোনা ভাইৰাছ পজিটিভ অহাৰ বাবে দলৰ পৰা পৃথকে ভ্ৰমণ কৰি থকা ব্ৰাজিল ফুটবল ক্লাবৰ পালমাছৰ চাৰিজন ফুটবলাৰৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে। বিমানখন উত্তৰ প্ৰান্তৰ বিমানবন্দৰত উৰণৰ সময়তে ৰাণৱেৰ পৰা পিছলি গৈছিল। এই দুৰ্ঘটনাত পালমাছ ক্লাবৰ সভাপতি আৰু পাইলটজনৰো মৃত্যু ঘটে।
উল্লেখ্য যে ক্লাবটোৰ খেলুৱৈসকলে ভিলা নোভাৰ বিৰুদ্ধে এখন…
Read More...