বাইডেন প্রশাসনে মনোনীত কৰিছে ২০ ভাৰতীয় মূলৰ বিষয়াক
নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আমেৰিকাৰ জ’ বাইডেন প্রশাসনে দায়িত্ব গ্রহণৰ পূর্বে বিভিন্ন গুৰুত্বপূর্ণ পদবীৰ বাবে মনোনীত কৰিছে কমপক্ষেও ২০গৰাকী ভাৰতীয় মূলৰ আমেৰিকানক৷ এই ২০গৰাকী ভাৰতীয় বংশোদ্ভৱ আমেৰিকানৰ ভিতৰত আছে ১৩গৰাকী মহিলা৷ আগন্তুক ২০ জানুৱাৰীত বাইডেন প্রশাসনে আনুষ্ঠানিকেভাৱে হোৱাইট হাউছৰ দায়িত্ব গ্রহণ কৰিব৷ বাইডেন প্রশাসনৰ প্রথম উপ–ৰাষ্ট্রপতি…
Read More...