নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

আন্তঃৰাষ্ট্ৰীয়

৪৩ বছৰ পিছত কিউবাত প্রধানমন্ত্রী নিযুক্তি

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ সুদীর্ঘ চাৰি দশকতকৈ অধিককাল পিছত প্রথমবাৰলৈ প্রধানমন্ত্রী নিযুক্তি দিয়া হৈছে আটলাণ্টিক দ্বীপ ৰাষ্ট্র কিউবাত ৷ ১৯৭৬ চনত তেতিয়াৰ ৰাষ্ট্রপতি তথা বিপ্লৱী নেতা ফিডেল কাষ্ট্রোৱে দেশখনত প্রধানমন্ত্রী পদৰ বিলুপ্তি ঘটাইছিল ৷ সুদীর্ঘ ৪৩ বছৰ পিছত বর্তমানৰ ৰাষ্ট্রপতি মিগুৱেল ডিয়াজ–কানেলে দেশখনত প্রধানমন্ত্রী হিচাপে নিযুক্তি দিছে…
Read More...

পাক চোৰাংচোৱা চক্রৰে জড়িত সাত ভাৰতীয় নাৱিকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ভাৰতীয় ছাবমেৰিনৰ চলাচলৰ ওপৰত নজৰ ৰখা পাকিস্তানৰ সৈতে জড়িত এক চোৰাংচোৱা চক্রক উৎখাত…

বিতর্কৰ মাজতে আফগানিস্তানত ৰাষ্ট্রপতি নির্বাচনৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ আফগানিস্তানত ৰাষ্ট্রপতি আশ্রফ ঘানিয়ে পুনৰ এটা কার্যকাল ক্ষমতাত থকাটো নিশ্চিত হৈ পৰিছে…

ফাইজাবাদৰ ‘গুমনামী বাবা’ নাছিল নেতাজী সুভাষ চন্দ্র বসু

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ ৰহস্যজনক গুমনামী বাবা ওৰফে ভগৱানজী দেশৰ স্বাধীনতা সংগ্রামী নেতাজী সুভাষ বসু নাছিল ৷…

মুশ্বাৰফক শাস্তিৰ ৰায় শুনোৱা ন্যায়াধীশ সংকটত

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি পাৰভেজ মুশ্বাৰফৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা…

জৈৱ–ৰসায়নবিদ মহিলালৈ ‘মিছ আমেৰিকা’ খিতাপ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ আমেৰিকাৰ জৈৱ–ৰসায়নবিদ ২৪ বছৰীয়া মহিলা এগৰাকীয়ে ২০২০ৰ ‘মিছ আমেৰিকা’ খিতাপ দখল কৰিবলৈ…

ব্রেক্সিট সম্পন্ন কৰাৰ বাবে সংসদত তৎপৰ জনছন

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ যোৱা ১২ ডিচেম্বৰৰ নির্বাচনত বৃহৎ বিজয়েৰে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থান অর্থাৎ…

কাশ্মীৰত যুদ্ধৰ বাবে ভাৰতে মজুত কৰিছে ক্ষেপণাস্ত্ৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ বিশ্বৰ সর্বোচ্চ সংস্থা ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদলৈ সঘনে ভাৰতৰ বিৰুদ্ধে এটাৰ পিছত…

গ্রেটা থুনবার্গৰ কাহিনীক লৈ নির্মাণ হ’ব তথ্যচিত্র

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বিশ্বজুৰি সজাগতা আন্দোলন গঢ়ি তোলা ছুইডেনৰ ষোড়শী ছাত্রী গ্রেটা…

হাইটিত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীৰ পাশৱিকতাঃ কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ কেৰিবিয়ান দেশ হাইটিত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বহু কিশোৰীক মাতৃত্বৰ বোজা কঢ়িয়াবলৈ বাধ্য…