ব্রিটেইনত ভাগৱত গীতা লৈ দুই ভাৰতীয়ৰ শপতগ্রহণ
নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ ভাৰতীয় মূলৰ ব্রিটিছ মন্ত্রী আলোক শর্মা আৰু কোষাগাৰ বিভাগৰ মুখ্য সচিব ঋষি ছুনাকে মঙলবাৰে সংসদত ভাগৱত গীতা লৈ শপতগ্রহণ কৰে ৷ ব্রিটিছ হাউছ অৱ কমন্সত ভাগৱত গীতা লৈ দুয়োগৰাকী সাংসদে শপতগ্রহণ কৰি দেশখনৰ ৰাজনীতিত ভাৰতীয় মূলৰ নেতাৰ প্রভাৱেই নহয়, ভাৰতীয় সংস্কৃতিৰ আধিপত্য বিস্তাৰ হোৱা ঘটনাক প্রতিপন্ন কৰিছে ৷
আগ্রাত জন্মগ্রহণ কৰা…
Read More...