আজিৰ দিনটোৰ ৰাশিফল
মেষঃ পৰিৱেশত অস্থিৰতা থাকিব পাৰে৷ শৰীৰৰ প্রতি সচেতন হওক৷ নতুন যোগাযোগৰ পৰা আনন্দিত হ’ব৷ কর্মক্ষেত্রত মধ্যম৷ শুভ ৰং বগা, শুভ সংখ্যা ৮৷
বৃষঃ খৰচ বৃদ্ধি৷ বিয়াৰ যোগাযোগত শুভ৷ কার্যক্ষেত্রত মধ্যম৷ শৰীৰৰ প্রতি নজৰ দিয়ক৷ বিদ্যাত মধ্যম৷ শুভ ৰং মাখন৷ শুভ সংখ্যা ৫৷
মিথুনঃ মাতৃৰ শুভ৷ কর্মক্ষেত্রত জটিলতা৷ বিদ্যাত শুভ৷ ব্যয় বৃদ্ধি৷ তুলসীৰ তলত পানী দিয়ক৷ শুভ…
Read More...