হিন্দুধৰ্মী সত্ত্বেও নিষিদ্ধ হোলী, ভাৰতৰ এনে কেইখনমান ঠাই
নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চঃ হোলী ভাৰতৰ অন্যতম উৎসৱ। কম-বেছি পৰিমাণে দেশখনৰ সকলো ৰাজ্যতে এই এই উৎসৱ পালন কৰা হয়। আবিৰেৰে ৰঙীন হৈ পৰে দেশৰ সকলো লোক। কিন্তু এই ভাৰততে এনে কেইখনমান ঠাই আছে, য'ত আজি বহু বছৰ ধৰি হোলী উৎসৱ পালন কৰা নহয়। হোলীৰ পৰা বাহিৰত থকা এই গাঁওকেইখনৰ বিষয়ে এবাৰ জানি লওঁ আহক।
ৰুদ্ৰপ্ৰয়াগঃ উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ কুৰঝা আৰু কিৱিলি…
Read More...