আজিৰ দিনটোৰ ৰাশিফল
মেষঃ ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ বিবাহৰ যোগ৷ শুভ ৰং বগা, সংখ্যা ৭৷
বৃষঃ পুৱা দহটাৰ পৰা শুভ কর্মাদিত আগনবঢ়াই ভাল৷ আর্থিকত মজলীয়া ফল পাব৷ মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব৷ প্রেমত বাধা৷ শুভ ৰং ৰঙা, সংখ্যা ৫৷
মিথুনঃ গধূৰ পৰিৱেশ যেন অনুভৱ হ’ব৷ সন্তানৰ বাবে চিন্তা থাকিব৷ ভ্রমণত সমস্যা থাকিব৷…
Read More...