সাহায্য বন্ধ ! ট্রাম্পে কাঢ়িব এইডছ ৰোগীৰ প্রাণ
🔹 উদ্বিগ্ন ৰাষ্ট্রসংঘ : ৫ বছৰত বিশ্বত মৃত্যু হ’ব পাৰে ৬ লক্ষাধিক এইডছ আক্রান্তৰ
নিউজ ডেস্ক, ১৮ ফেব্রুৱাৰী : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সিদ্ধান্তৰ ফলত পৃথিৱীজুৰি লাখ লাখ লোকে প্রাণ হেৰুৱাব পাৰে৷ এই আশংকা কৰিছে ৰাষ্ট্রসংঘই৷ ৰাষ্ট্রপতি হিচাপে শপত গ্রহণ কৰাৰ পাছতেই খৰচ হ্রাস কৰিবলৈ এলানি মার্কিন অনুদান কর্তন কৰাৰ সিদ্ধান্ত লয় ড’নাল্ড…
Read More...