সত্যপালৰ বাসগৃহসহ ৩০ স্থানত চিবিআইৰ তালাচী
🔹 জম্মু–কাশ্মীৰৰ ৰাজ্যপালৰ দায়িত্বত থকা সময়ত ৩০০ কোটিৰ দুর্নীতি !
বিশেষ বাৰ্তা, ২২ ফেব্রুৱাৰী : লোকসভা নির্বাচনৰ পূর্বে বিৰোধীৰ ওপৰত চাপ বৃদ্ধি কৰিছে কেন্দ্রীয় সংস্থাসমূহে৷ জম্মু–কাশ্মীৰৰ প্রাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ বিভিন্ন ঠিকনাত আজি পুৱাৰ ভাগৰে পৰা তালাচী চলায় চিবিআয়ে৷ ৩০০ কোটি টকাৰ জলবিদ্যুৎ প্রকল্পৰ কেলেংকাৰিৰ গোচৰত এই তালাচী অভিযান আৰম্ভ…
Read More...