অযোধ্যাৰ ৰাম মন্দিৰত ভক্তৰ অভাৱনীয় ভিৰ
🔹 মুকলিৰ পিছত ২৫ লাখ ভক্তই দর্শন কৰিলে অযোধ্যাৰ ৰাম মন্দিৰ
🔹 ১১ দিনত ১১ কোটিতকৈ অধিক টকা বৰঙণি আগবঢ়ালে ৰামভক্তই
বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : অযোধ্যাৰ ৰাম মন্দিৰত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ভক্তৰ ভিৰ৷ যোৱা ২২ জানুৱাৰীত ইতিহাস সৃষ্টিৰে অযোধ্যাৰ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠা উৎসৱৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ পিছতেই প্রতিদিনেই বৃদ্ধি পাই…
Read More...