নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Category

দেশ বিদেশ

সাগৰত ডুব যাবলৈ ধৰা জাপানৰ এটা বিমানবন্দৰ !

বিশেষ বাৰ্তা, ৭ জানুৱাৰী : প্ৰযুক্তিৰ ক্ষেত্ৰত জাপান সদায় আগবঢ়া আৰু নিজৰ নামত বহু অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। জাপানে সাগৰত বিমানবন্দৰ নিৰ্মাণ কৰি ইতিহাসত নিজৰ নাম খোদিত কৰিছে যদিও এতিয়া সেই বিমানবন্দৰটো লাহে লাহে ডুব যাবলৈ আৰম্ভ কৰিছে ! জাপানৰ গ্ৰেটাৰ ওছাকাত অৱস্থিত কনছাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ নিৰ্মাণৰ বাবে এটা কৃত্ৰিম দ্বীপ সৃষ্টি কৰা…
Read More...

নিশা প্ৰথমবাৰৰ বাবে কাৰ্গিল এয়াৰষ্ট্ৰীপত অৱতৰণ হাৰকিউলিছ বিমান

🔹 ভাৰতীয় বায়ুসেনাৰ কৃতিত্ব বিশেষ বাৰ্তা, ৭ জানুৱাৰী : কেন্দ্ৰীয়শাসিত অঞ্চল লাডাখৰ কাৰ্গিলত বৰ্তমান তীব্ৰ শীত।…

চীনত দেশপ্ৰেমিকৰ অভাৱ ! জিনপিং চৰকাৰৰ নতুন আইন

বিশেষ বাৰ্তা, ৭ জানুৱাৰী : চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ হতাশা এতিয়া বিশ্ববাসীৰ সন্মুখত ধৰা দিছে। ইটোৰ পিছত সিটো…

মূৰত ‘ৰামৰ পাদুকা’ লৈ অযোধ্যালৈ পদযাত্রা

🔹 ৰাম মন্দিৰলৈ আহি আছে হায়দৰাবাদৰ ‘ভৰত’ ! বিশেষ বাৰ্তা, ৭ জানুৱাৰী : ৰাম বনবাসত থকা সময়ত শ্রীৰামচন্দ্রৰ পাদুকা লগত…

নেতাজীক ‘ৰাষ্ট্রৰ পুত্র’ ঘোষণাৰ দাবী অগ্রাহ্য

🔹 উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে আবেদন বিশেষ বাৰ্তা, ৭ জানুৱাৰী : নেতাজী সুভাষ চন্দ্র বসুক ‘ৰাষ্ট্রৰ পুত্র’ ঘোষণা…

ডাউদৰ নিলাম হোৱা সম্পত্তিত ‘সনাতনী হিন্দু পাঠশালা’

🔹 অধিবক্তা অজয় শ্রীবাস্তৱৰ ঘোষণা বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মুম্বাইত শেহতীয়াকৈ নিলাম হোৱা কুখ্যাত মাফিয়া ডাউদ…

মুখ্যমন্ত্রী, উপ–মুখ্যমন্ত্রীৰ খাদ্যত বার্ষিক খৰচ ৬.৫ কোটি

🔹 দুটা সংস্থাক চুক্তিত নিয়োগ মহাৰাষ্ট্র চৰকাৰৰ বিশেষ বাৰ্তা, ৭ জানুৱাৰী : মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী একনাথ শিন্দেৰ…

অনুষ্ঠানৰ মাজতেই আৰক্ষীক পূর্ণহতীয়া চৰ বিজেপি বিধায়কৰ

বিশেষ বাৰ্তা, ৬ জানুৱাৰী : অনুষ্ঠানৰ মাজতেই এজন আৰক্ষী কর্মীক পূর্ণহতীয়া চৰ শোধালে বিজেপি বিধায়কে৷ বিধায়কগৰাকীৰ এনে…

১৭ জানুৱাৰীত গুৱাহাটীলৈ ইছৰোৰ অধ্যক্ষ এছ সোমনাথ

🔹 প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে চন্দ্রযান–৩ অভিযানৰ নায়কক জনাব সম্বর্ধনা 🔹 শিক্ষার্থীৰে কৰিব মত বিনিময় বিশেষ…

বিবাহ বার্ষিকীৰ দিনাই দলৰ সদস্যৰ গুলীত নিহত মাফিয়া

🔹 ধনৰ লেনদেনত মতানৈক্য বিশেষ বাৰ্তা, ৬ জানুৱাৰী : টকাৰ লেনদেনৰ সময়ত সৃষ্টি হোৱা কাজিয়াৰ বাবে পুনেৰ এটা মাফিয়াক…