আকাশৰ পৰা খহি পৰিল বিমানৰ দুৱাৰ
🔹 সেৱা বাতিল কৰিলে আলাস্কা এয়াৰলাইনছে
বিশেষ বাৰ্তা, ৬ জানুৱাৰী : ১৭১গৰাকী যাত্রী আৰু ৬গৰাকী কর্মীক লৈ আলাস্কা এয়াৰলাইনছৰ বোয়িং ৭৩৯–৯ মেক্স বিমান এখন আমেৰিকাৰ প’টলেণ্ডৰ পৰা অণ্টাৰিঅ’ অভিমুখে উৰা মৰাৰ সময়তে ১৭ হাজাৰ ফুট উচ্চতাৰ পৰা বিমানখনৰ দুৱাৰ খহি পৰে ৷ ইয়াৰ লগে লগে যাত্রীসকলৰ মাজত হাহাকাৰৰ সৃষ্টি হয়৷ পাইলটে নিৰাপদে বিমানখন অৱতৰণ কৰায় যদিও এই…
Read More...