ভাৰতৰ সৈতে ঘনিষ্ঠ সম্পৰ্কৰ প্ৰতি দায়বদ্ধ কানাডা
🔹 সুৰ সলনি প্ৰধানমন্ত্ৰী ট্ৰুডোৰ
বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্কত সৃষ্টি হোৱা তিক্ততাৰ ফলত উত্তেজনাৰ সৃষ্টি হৈছে। ইয়াৰ মাজতে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ কণ্ঠত এক নৰম সুৰ শুনা গ’ল। কিছুদিন পূৰ্বে কৰা অভিযোগত অটল থাকিও তেওঁ কয় যে তেওঁলোকে এতিয়াও ভাৰতৰ সৈতে অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ বাবে…
Read More...