সংঘর্ষত জর্জৰিত ছুডানত আবদ্ধ ভাৰতীয়ক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ
ছুডান বন্দৰত উপস্থিত হোৱা ৫০০ ভাৰতীয়ক শীঘ্রেই স্বদেশলৈ: কেন্দ্রীয় বৈদেশিক মন্ত্রী এছ জয়শংকৰ
ছুডান বন্দৰত আইএনএছ সুমেধা হাজিৰ, জেদাহত বায়ুসেনা বাহিনীৰ চি–১৩০ জে বিমান সাজু
নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল: সংঘর্ষত জর্জৰিত ছুডানত আবদ্ধ চাৰি সহস্রাধিক ভাৰতীয়ক স্বদেশলৈ ওভতাই অনাৰ প্রক্রিয়া আৰম্ভ কৰিছে কেন্দ্রীয় চৰকাৰে৷ যোৱা ১৫ এপ্রিলত ছুডানৰ…
Read More...