অন কেমেৰাত পাকিস্তানী সন্ত্রাসবাদী জম্মু–কাশ্মীৰৰ ভূমিত অনুপ্রৱেশৰ দৃশ্য
নিয়মীয়াবার্তা, ২৭আগষ্ট: জম্মু–কাশ্মীৰৰ উৰিত এল’চিৰে তিনি পাকিস্তানী সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশৰ দৃশ্য ভিডি’ত বন্দী হৈছে৷ অন কেমেৰাত বন্দী হোৱা তিনি সন্ত্রাসবাদী ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰাৰ পিছতেই সেনাৰ গুলীত তিনিওটা সন্ত্রাসবাদী নিহত হৈছে৷ কালি ভাৰতীয় সেনাই এল’চিৰে জম্মু–কাশ্মীৰৰ ভূমিত অনুপ্রৱেশ কৰা তিনি পাকিস্তানী সন্ত্রাসবাদীক গুলীয়াই…
Read More...