১৭ বছৰ বয়স হ’লেই ভোটাৰ কার্ডৰ বাবে কৰিব পাৰিব আবেদন
নিয়মীয়া বাৰ্তা, ২৯ জুলাইঃ যুৱক–যুৱতীসকলৰ বয়স ১৮ বছৰ হোৱালৈকে অপেক্ষা কৰিবলগীয়া নহ’ব৷ এতিয়াৰে পৰা ১৭ বছৰ হ’লেই ভোটাৰ কার্ডৰ বাবে আগতীয়াকৈ আবেদন জনাব পাৰিব ভাৰতীয় নাগৰিকে৷ এই কথা ঘোষণা কৰিছে দেশৰ নির্বাচন আয়োগে৷
ইতিমধ্যে নতুন নির্দেশিকা অনুসৰি যুৱক–যুৱতীসকলৰ নাম পঞ্জীয়নকৰণৰ ক্ষেত্রত ৰাজ্যসমূহক ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনোৱা হৈছে আয়োগৰ তৰফৰ…
Read More...