যদি আজি হজৰত মহম্মদ জীয়াই থাকিলেহেঁতেন… এইবাৰ মুখ খুলিছে তছলিমা নাছৰীনে
বিশেষ বাৰ্তা, ১১ জুনঃ হজৰত মহম্মদ সন্দৰ্ভত বিজেপিৰ সদ্য নিলম্বিত মুখপাত্ৰই বিতৰ্কিত মন্তব্য কৰা আৰু তাৰ ফলত উদ্ভৱ হোৱা বৃহৎ প্ৰতিক্ৰিয়া তথা প্ৰতিবাদত এইবাৰ মুখ খুলিছে নিৰ্বাসিত বাংলাদেশী লেখিকা তাছলিমা নাছৰীনে। তেওঁ কয় যে যদিহে আজি পয়গম্বৰ মহম্মদ জীয়াই থাকিলেহেঁতেন তেন্তে বিশ্বজুৰি মুছলমান ধৰ্মান্ধসকলৰ উন্মাদনা দেখি তেখেত খোদ হতভম্ব হ’লহেঁতেন।…
Read More...