পঞ্জাবত ৪২৪ বিশিষ্ট ব্যক্তিৰ নিৰাপত্তা প্রত্যাহাৰ চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ২৯ মে': পঞ্জাবৰ আপ চৰকাৰৰ মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ নৌকৰোঁতেই ভগৱন্ত মানে ১৮৪ ৰাজনীতিকৰ নিৰাপত্তা প্রত্যাহাৰ কৰাৰ পিছত এইবাৰ ৰাজ্যখনৰ ৪২৪ বিশিষ্ট ব্যক্তিৰ নিৰাপত্তা প্রত্যাহাৰ কৰিলে৷ মুখ্যমন্ত্রী মানে শীর্ষ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ ৰাজ্যখনৰ ৪২৪ বিশিষ্ট ব্যক্তিৰ নিৰাপত্তা প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰে আৰু আনুষ্ঠানিকভাৱে…
Read More...