কাৰাগাৰ নে স্পা? বন্দী সিদ্ধুৰ খাদ্যৰ তালিকা শুনিব নেকি?
বিশেষ বাৰ্তা, ২৬ মেঃ এবছৰৰ কাৰাদণ্ড খাটি থকা কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধুক বিশেষ খাদ্য গ্ৰহণ কৰিবলৈ আদালতে অনুমতি দিছে। এই খাদ্য তালিকাখন প্ৰকাশ হোৱাৰ পাছতে সকলোৰে মনত এটাই প্ৰশ্ন হৈছে যে এইখন কাৰাগাৰৰ খাদ্য তালিকা নে স্পাত উপলব্ধ খাদ্যৰ মেন্যু? তেওঁৰ স্বাস্থ্যজনিত অৱস্থাক বিবেচনা কৰি এনে খাদ্যৰ পৰামৰ্শ দিয়া হৈছে। ক্ৰিকেটাৰৰ পৰা ৰাজনীতিক হোৱা…
Read More...