ইনষ্টাগ্ৰামত জনপ্ৰিয় হ’বলৈ গৈ নগ্ন হৈ ফটো উঠি দম্পতিয়ে পালে শাস্তি
বিশেষ বাৰ্তা, ৭ মেঃ নগ্ন ফটোছেচন কৰি দ্বীপৰাষ্ট্ৰ ইণ্ডোনেছিয়াৰ বালি প্ৰদেশৰ পৰা নিৰ্বাসিত হৈছে ৰাছিয়াৰ এক দম্পতি। ইণ্ডোনেছিয়াৰ হলীডে' দ্বীপৰ পৰা জনোৱা অনুসৰি স্থানীয় বিশ্বাস আৰু পৰম্পৰা উলংঘা কৰি পৱিত্ৰ গছ এডালৰ ওপৰত নগ্ন তোলাক লৈ এই বিবাগ আৰম্ভ হয়। ইনষ্টাগ্ৰামত কেবাহাজাৰ অনুগামী থকা এলিনা ফাজলিভা নামৰ ছচিয়েল মিডিয়াত জনপ্ৰিয় মহিলাগৰাকীয়ে মন্দিৰৰ…
Read More...