এপ্ৰিল-মে’তে অসমলৈ আহিব প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতি-গৃহমন্ত্ৰী… কিয়
বিশেষ বাৰ্তা, ৪ এপ্ৰিলঃ নৱনিৰ্মিত কেন্সাৰ হাস্পতাল উদ্বোধন কৰিবলৈ ২৮ এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ইয়াৰ আগতে অৰ্থাৎ ২৩ এপ্ৰিলত গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং৷ ৰাজনাথ সিঙৰ গুৱাহাটী ভ্ৰমণৰ বাবে ৫গৰাকী শীৰ্ষ বিষয়াক ন'ডেল বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে ৷ ইপিনে, ২ আৰু ৩ মে'ত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব…
Read More...