ভাৰতৰ ব্রাহ্ম’ছ ক্ষেপণাস্ত্র ক্রয় কৰিব ফিলিপাইনছে
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ দক্ষিণ চীন সাগৰত বেইজিঙক প্রত্যাহ্বান জনাবলৈ এইবাৰ ভাৰতৰ দ্বাৰস্থ হ’ল ফিলিপাইনছ৷ বিশ্বৰ দ্রুততম ছুপাৰছ’নিক ব্রাহ্ম’ছ ক্রুইজ ক্ষেপণাস্ত্র ভাৰতৰ পৰা ক্রয় কৰাৰ সিদ্ধান্ত লৈছে পূব এছিয়াৰ দেশখনে৷ ইতিমধ্যে দুয়োখন দেশৰ মাজত এক চুক্তিও স্বাক্ষৰ হৈছে৷ আজি স্বাক্ষৰ হোৱা চুক্তি অনুসৰি, ৩৭৫ নিযুত মার্কিন ডলাৰৰ বিনিময়ত ভাৰতৰ পৰা…
Read More...