পাকিস্তানক বৃহত্তম যুদ্ধ জাহাজ প্রদান চীনৰ
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ লাডাখৰ পৰা অৰুণাচল প্রদেশলৈকে এলএচিত সেনাৰ শক্তি বৃদ্ধি কৰি থকা ৰঙা চীনে এইবাৰ ভাৰতৰ প্রতি আন এক প্রত্যাহ্বান আনিলে৷ চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ নৌসেনাক শক্তিশালী কৰি তুলিবলৈ চীনে বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজ পাকিস্তানক গতাই দিলে৷ পাকিস্তানে এই অত্যাধুনিক যুদ্ধ জাহাজখন আৰব সাগৰ আৰু ভাৰত মহাসাগৰত মোতায়েন…
Read More...