৫ বছৰৰ পিছত ভাৰত-চীনৰ মাজত হ’ব পোনপটীয়া বিমানসেৱা : মোদী–জিনপিঙৰ বৈঠকৰ ইমপেক্ট
নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : সুদীর্ঘ ৫ বছৰৰ পিছত ভাৰত–চীনৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ হোৱাৰ পথ প্রশস্ত হৈছে৷ ৭ বছৰৰ পিছত প্রথমবাৰলৈ চীন ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে কালি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতে ৫০ মিনিটজোৰা বৈঠকত মিলিত হয়৷ আমেৰিকাৰ শুল্ক বোমাক লৈ বর্ধিত বাণিজ্যিক অনিশ্চয়তাৰ মাজতে বিশ্বৰ দুখন বৃহত্তম অর্থনীতিৰ দেশৰ মাজৰ ৰাজনৈতিক…
Read More...