ৰাজ কুন্দ্ৰা-শিল্পা শেট্টীয়ে ইচ্ছা কৰিলেও যাব নোৱাৰিব বিদেশ ভ্ৰমণত, লুকআউট নটিচ জাৰি
নিউজ ডেস্ক, ৫ ছেপ্টেম্বৰ : শিল্পা শেট্টী আৰু ৰাজ কুন্দ্ৰাক যেন আইনী বিতৰ্কই লগ নেৰা হৈছে! যোৱা আগষ্ট মাহত মুম্বাইৰ এজন ব্যৱসায়ীয়ে তাৰকা দম্পতীৰ বিৰুদ্ধে ৬০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগত এফআইআৰ দাখিল কৰিছিল। তেওঁ দাবী কৰে যে এসময়ত তেওঁ শিল্পা আৰু ৰাজৰ এতিয়া বন্ধ হৈ যোৱা কোম্পানী ‘বেষ্ট ডিল টিভি প্ৰাইভেট লিমিটেড’ত ৬০ কোটি টকা বিনিয়োগ কৰিছিল।…
Read More...