লাডাখৰ সমীপৰ গান্ছা বিমানঘাটিত মানৱবিহীন যুঁজাৰু বিমান মোতায়েন চীনৰ
নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ: দুই দেশৰ মাজত সামৰিক পর্যায়ৰ আলোচনা বিফল হোৱাৰ পাছতেই লাডাখ সীমান্তত উত্তেজনা দুগুণে বৃদ্ধি কৰি চীনে যুদ্ধৰ ব্যাপক প্রস্তুতি চলাইছে৷ লাডাখ সীমান্তত বিগত ডেৰ বছৰ ধৰি চলি অহা উত্তেজনা শাম কটাবলৈ চীন–ভাৰতৰ সামৰিক বাহিনীৰ কমাণ্ডাৰ পর্যায়ৰ কেইবালানিও বৈঠক অনুষ্ঠিত হোৱাৰ পাছতো আলোচনা বিফল হোৱাৰ পাছত বেইজিঙে লাডাখ সীমান্তত…
Read More...