ঘূর্ণি গুলাবৰ প্রভাৱ আৰম্ভ ওড়িশা–অন্ধ্রপ্রদেশত
নিয়মীয়া বাৰ্তা ২৭ ছেপ্টেম্বৰঃ বংগোপসাগৰত সৃষ্ট সামুদ্রিক ঘূর্ণি গুলাবৰ প্রভাৱ ইতিমধ্যে ওড়িশা আৰু অন্ধ্রপ্রদেশৰ উপকূলীয় অঞ্চলসমূহত আৰম্ভ হৈছে৷ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ মতে ওড়িশাৰ গোপালপুৰ আৰু অন্ধ্রপ্রদেশৰ কলিংগপট্টনমৰ মাজত গুলাবৰ প্রভাৱ আৰম্ভ হৈছে৷ এই প্রভাৱ কেইবাঘণ্টা ধৰি চলি থাকিব৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগজাননীৰ পিছতে ওড়িশাকে ধৰি উপকূলীয়…
Read More...