সম–বিকাশৰ যাত্রাত অগ্রসৰ হৈছে ভাৰত
মাননীয় আব্দুলা শ্বাহিদজী, ৰাষ্ট্রসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ পদ অলংকৃত কৰাৰ বাবে মই আপোনাক বিশেষভাৱে অভিনন্দন জনাইছোঁ৷ আপুনি এই পদত অধিষ্ঠিত হোৱাটো সকলো উন্নয়নশীল দেশ, বিশেষকৈ ক্ষুদ্র দ্বীপ–উন্নয়নশীল ৰাষ্ট্রসমূহৰ বাবে এক গৌৰৱৰ বিষয়৷
অধ্যক্ষ মহোদয়, বিগত ডেৰ বছৰ ধৰি সমগ্র বিশ্বখন যোৱা ১০০ বছৰৰ সবাতোকৈ ডাঙৰ মহামাৰীৰ সন্মুখীন হ’বলগীয়া হৈছে৷ এনে ভয়ংকৰ…
Read More...