প্রধানমন্ত্রী মোদীক সাক্ষাৎ এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰৰ
নিয়মীয়া বাৰ্তা, ১৮ জুলাই: মহাৰাষ্ট্রত বিজেপিবিৰোধী শিৱসেনা–কংগ্রেছৰ সৈতে মিত্রজোঁট চৰকাৰৰ সহযোগী দল এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে আজি নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰাক লৈ ৰাজনীতিত ব্যাপক চর্চা চলিছে৷ বিজেপিবিৰোধী দলসমূহক একত্রিত মিত্রজোঁট গঠন কৰাৰ ব্যাপক চর্চা চলি থকাৰ মাজতেই প্রধানমন্ত্রী মোদীক শাৰদ পাৱাৰে সাক্ষাৎ কৰাটো…
Read More...