বাগদাদত ইছলামিক ষ্টেটৰ বোমা বিস্ফোৰণত নিহত ৩৫, আহত ৬০
নিয়মীয়া বাৰ্তা ২১ জুলাইঃ ইছলাম ধর্মাৱলম্বী লোকসকলৰ পৱিত্র অনুষ্ঠান ঈদৰ পূর্বে কালি প্রচণ্ড বিস্ফোৰণত কঁপি উঠে ইৰাকৰ ৰাজধানী বাগদাদৰ সমীপৱর্তী ছাদৰ চিটীৰ এখন বজাৰ৷ এই বিস্ফোৰণত কম পক্ষেও ৩৫ গৰাকী লোক নিহত হোৱাৰ উপৰি আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়৷ নিৰাপত্তা বাহিনী আৰু হাস্পতালৰ সূত্রই সদৰী কৰিছে এই তথ্য৷ হাস্পতালৰ তৰফৰ পৰা প্রকাশ কৰা অনুসৰি…
Read More...