ক’ভিড মহামাৰী সত্ত্বেও গুজৰাটত ৰথযাত্রাৰ অনুমতি চৰকাৰৰ
নিয়মীয়া বাৰ্তা ৯ জুলাইঃ ক’ভিড–১৯ মহামাৰীৰ সংহাৰ অব্যাহত থকা সত্ত্বেও গুজৰাট চৰকাৰে জগন্নাথ ৰথযাত্রাত অনুমোদন জনাইছে৷ আগন্তুক ১২ জুলাইত আহমেদাবাদত উলিওৱা হ’ব জগন্নাথ ৰথযাত্রা৷ আজি চৰকাৰী এই ৰথযাত্রা উলিওৱাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে যদিও সান্ধ্য আইন ৰথযাত্রাৰ সময়ত জাৰি হৈ থাকিব বুলি ঘোষণা কৰিছে৷ ক’ভিড–১৯ৰ সংক্রমণ প্রতিৰোধ কৰিবলৈ ৰথযাত্রাৰ…
Read More...