মোদী মন্ত্রীসভাৰ ৭০জনেই কোটিপতিঃ ৩৩জনৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ
নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ নতুন মন্ত্রীসভাৰ ৭৮গৰাকীৰ ভিতৰত ৩৩জনৰ বিৰুদ্ধে আছে অপৰাধমূলক গোচৰ৷ অপৰাধমূলক গোচৰ থকা ৩৩ মন্ত্রীৰ এই গোচৰসমূহৰ ভিতৰত হত্যা, ডকাইতি আদি আছে৷ এছ’চিয়েচন ফৰ ডেম’ক্রেটিকছ ৰিফর্মছ চমুকৈ এ ডি আৰৰ প্রতিবেদনত এই তথ্য প্রকাশ পাইছে৷
৭৮গৰাকী মন্ত্রীৰ ভিতৰত ৩৩গৰাকী অর্থাৎ ৪২ শতাংশ…
Read More...