প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ পুত্র অভিজিতৰ তৃণমূল কংগ্রেছত যোগদান
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ দেশৰ প্রাক্তন ৰাষ্ট্রপতি প্রণৱ মুখার্জীৰ পুত্র তথা প্রাক্তন কংগ্রেছ সাংসদ অভিজিৎ মুখার্জীয়ে আজি আনুষ্ঠানিকভাৱে মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছ (টিএমচি)ত যোগদান কৰিছে৷
পূর্বে জাংগিপুৰ সমষ্টিৰ পৰা কংগ্রেছক লোকসভাত প্রতিনিধিত্ব কৰিছিল অভিজিৎ মুখার্জীয়ে৷ বিগত কেইসপ্তাহমান ধৰি তৃণমূল কংগ্রেছৰ নেতৃত্বৰে আলোচনা চলি আছিল…
Read More...